প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনা যোজনা বা এ এন এছৰ অন্তৰ্গত আকাংক্ষীয়ে আবেদন কৰিব পাৰিব লগতে অনলাইন আবেদন কৰিব পাৰিবI শিশুটি চৰকাৰী চিকিৎসালয়তেই হওক বা ব্যক্তিগত চিকিৎসালয়তেই হওক মহিলাসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰেI প্ৰতীকী ছবিI
2/ 8
চৰকাৰৰ এই আঁচনিৰ সুবিধা প্ৰথমবাৰৰ বাবে মাতৃত্বৰ সময়ত যাতে শিশু আৰু নিজৰ পুষ্টিৰ কোনো সমস্যা নহয়। এই ধনৰাশি তিনিটা কিস্তিত প্ৰদান কৰা হয়I প্রতীকী ছবি ৷
3/ 8
প্ৰথমবাৰৰ বাবে ১০০০, দ্বিতীয়বাৰৰ বাবে ২০০০ আৰু তৃতীয়বাৰৰ বাবে ২০০০ টকা। কিন্তু যিসকল মহিলা কৰ্মৰত তেওঁলোকে এই সুবিধা নাপাবI প্রতীকী ছবি ৷
4/ 8
প্ৰথমবাৰৰ বাবে মাতৃ হোৱা সকলে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ নিজাকৈ আধাৰ কাৰ্ড বা স্বামীৰ আধাৰ কাৰ্ড বেংকৰ পাছবুক ফটো, স্বামী-স্ত্ৰীৰ যৌথ একাউণ্ট থকা উচিত। এই আঁচনিৰ অধীনত মহিলাসকলে তিনিটা কিস্তিত লাভ কৰিব ৫ হাজাৰ টকাI প্রতীকী ছবি ৷
5/ 8
প্ৰথমবাৰৰ বাবে মাতৃ হ’বলৈ ওলোৱা সকলো মহিলাকে আৰ্থিক সাহায্য প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনাইI প্রতীকী ছবি ৷
6/ 8
এই আঁচনিৰ উদ্দেশ্য হৈছে মাতৃ বা গৰ্ভৱতী মাতৃক পুষ্টিকৰ খাদ্য যোগান ধৰা ৷ প্রতীকী ছবি ৷
7/ 8
মোডী চৰকাৰৰ এই আঁচনিখন প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনা যোজনা-PMMVY বন্দনা নামেৰে জনাজাত। ইয়াৰ অধীনত নৱজাত শিশুৰ মাতৃক তিনিটা কিস্তিত ৫ হাজাৰ টকা দিয়া হ’ব ৷ প্রতীকী ছবি ৷
8/ 8
এই আঁচনিখন ২০১৭ চনৰ ১ জানুৱাৰীত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে ৷ প্রতীকী ছবি ৷