Home » photogallery » business »নতুন Brezzaৰ আকৰ্ষণীয় look চাই মোহিত অনুৰাগীসকল, ফটোবোৰত চাওক ফিচাৰসমূহ ...

নতুন Brezzaৰ আকৰ্ষণীয় look চাই মোহিত অনুৰাগীসকল, ফটোবোৰত চাওক ফিচাৰসমূহ ...

Maruti Suzuki এ আনুষ্ঠানিকভাৱে ভাৰতত ২০২২ ব্ৰেজা (Maruti Suzuki Brezza 2022) মুকলি কৰিছে। ইয়াৰ আৰম্ভণি মূল্য ৭.৯৯ লাখ টকা ৰখা হৈছে। ২০১৬ চনত, মাৰুতি চুজুকি ব্ৰেজা ইয়াত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল। ই ভাৰতীয় বজাৰত এক জনপ্ৰিয় চাব-কম্প্যাক্ট এছ.ইউ.ভি. এতিয়ালৈকে লাখ লাখ ইউনিট বিক্ৰী হৈছে।