Home » photogallery » business »Investment: প্ৰতিদিনে মাত্ৰ ৫০ টকা ৰাহি কৰি কোটিপতি হ'ব পাৰে আপুনি ! পথ ইমান কঠিন নহয়, কি কৰিব লাগে সবিশেষ জানি লওক...

Investment: প্ৰতিদিনে মাত্ৰ ৫০ টকা ৰাহি কৰি কোটিপতি হ'ব পাৰে আপুনি ! পথ ইমান কঠিন নহয়, কি কৰিব লাগে সবিশেষ জানি লওক...

যদি আপুনি সঠিক বিনিয়োগ পৰিকল্পনা (Best Investment Planning) কৰে, এয়া সম্ভৱ হ'ব পাৰে। হয়। মিউচুৱেল ফাণ্ডত এছআইপি (Mutual Fund SIP)ৰ জৰিয়তে কোটিপতি হোৱাৰ আপোনাৰ সপোন পূৰণ কৰিব পাৰি।