PAN কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেদৰে লিংক কৰিব?
প্ৰথমতে, আপুনি আয়কৰ বিভাগৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব।
- যদি ৰেজিষ্ট্ৰেচন কৰা নাই, ইয়াক ৰেজিষ্ট্ৰেচন কৰিব লাগিব, যদি ৰেজিষ্ট্ৰেচন কৰা হয়, পেন নম্বৰটো লগইন আইডি হিচাপে ব্যৱহাৰ কৰিব লাগিব।
- লগইন আইডি, পাছৱৰ্ড, জন্ম তাৰিখৰ সৈতে লগ ইন কৰক।
এটা পপ-আপ উইণ্ডো খুলিব, য'ত পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা হ'ব।
- পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সকলো তথ্য একত্ৰিত কৰি লিংক নাওত ক্লিক কৰক।
- পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক সফল হ'ব - এটা পপ-আপ বাৰ্তা ওলাই আহিব।