ঘোঁৰাৰ বজাৰ আৰম্ভ হৈছে কাশীপুৰত। চৈত্ৰ নৱৰাত্ৰীৰ মেলাৰ সৈতে আৰম্ভ হৈছে এই বিখ্যাত ঘোঁৰাৰ বজাৰ। এসময়ৰ কুখ্যাত ডাকু চুলতানা (Sultana Daku) আৰু ফুলন দেবী (Phoolan Devi)য়েও এই বজাৰৰ পৰা ঘোঁৰা কিনিছিল। কেইবাখনো ৰাজ্যৰ পৰা ভাল ভাল ঘোঁৰা এই বজাৰলৈ বিক্ৰীৰ বাবে অনা হয়। এইবাৰ ইয়াত বিক্ৰী কৰিবলৈ অনা ঘোঁৰাৰ সৰ্বোচ্চ দাম হৈছে ২১ লাখ টকা।