உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » business »ঘোঁৰাৰ বজাৰ: বিধায়কৰ বেচা-কিনা নহয়, বাস্তৱৰ ঘোঁৰাৰ বজাৰ, কিনে যদি জানি লওক দাম

    ঘোঁৰাৰ বজাৰ: বিধায়কৰ বেচা-কিনা নহয়, বাস্তৱৰ ঘোঁৰাৰ বজাৰ, কিনে যদি জানি লওক দাম

    Horse Trade : এইখন হৈছে ঘোঁৰাৰ এক অনন্য বজাৰ। নৱৰাত্ৰিৰ সময়ত উত্তৰাখণ্ডৰ কাশীপুৰত হোৱা মেলাত এই ঘোৰঁৰাৰ বজাৰ হয় য'ত চম্বলৰ ডাকুসকলেও ঘোঁৰা কিনিবলৈ আহিছিল। যদিও এতিয়া ঘোঁৰাৰ ব্যৱহাৰ কমি গৈছে এই মেলাত ঘোঁৰাৰ বজাৰৰ উন্মাদনা এতিয়াও অটুট আছে।