Home » photogallery » business »Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

পুৱা, MCXত ২৪-কেৰেট বিশুদ্ধতা সোণৰ ভৱিষ্যত মূল্য (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৬ টকা হ্ৰাস হৈ ৫০.৯৮০ টকা হয়। ইয়াৰ আগতে, সোণৰ ব্যৱসায় ৫০,৯৭৭ টকাত মুকলি হৈছিল আৰু দুৰ্বল চাহিদাৰ বাবে ০.০১ শতাংশ হ্ৰাস পাইছিল।

শেহতীয়া বাতৰি