Home » photogallery » business »Gold-Silver Rate Today: দাম বাঢ়িলে নেকি সোণ আৰু ৰূপৰ ? বজাৰ কৰাৰ আগতে শেহতীয়া মূল্য পৰীক্ষা কৰক ...

Gold-Silver Rate Today: দাম বাঢ়িলে নেকি সোণ আৰু ৰূপৰ ? বজাৰ কৰাৰ আগতে শেহতীয়া মূল্য পৰীক্ষা কৰক ...

Gold-Silver Rate Today, 07 Feb 2022: ভাৰতীয় বুলিয়ন বজাৰত আজি সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পাইছে। এই বৃদ্ধিৰ পিছত, সোণৰ মূল্য ৪৮ হাজাৰ টকাৰ ওপৰত উপনীত হৈছে। একে সময়তে, আজি ৰূপৰ মূল্যও আজি বৃদ্ধি হৈছে। ৰূপৰ মূল্য ১.১১ শতাংশ বৃদ্ধি পাইছে।

শেহতীয়া বাতৰি