Home » photogallery » business »Gold-Silver Prices Today: সোণ-ৰূপৰ দাম আজি বাঢ়িল নে কমিল ? বজাৰলৈ যোৱাৰ পূৰ্বে জানি লওক শেহতীয়া মূল্য ...

Gold-Silver Prices Today: সোণ-ৰূপৰ দাম আজি বাঢ়িল নে কমিল ? বজাৰলৈ যোৱাৰ পূৰ্বে জানি লওক শেহতীয়া মূল্য ...

Gold-Silver Prices Today- যোৱা কেইদিনমানত সোণ আৰু ৰূপৰ মূল্যৰ অস্থিৰতাৰ বাবে সোণ ৪৮,০০০ টকাৰ তললৈ আৰু ৰূপ ৬২,০০০,০০০ টকাৰ তললৈ হ্ৰাস পাইছে। আজিৰ মূল্যৰ কথা ক'লে, মাল্টি কমোডিটি এক্সচেঞ্জত (MCX) আজি সোণৰ ব্যৱসায় সামান্য বৃদ্ধি হোৱা দেখা গৈছে। ৰূপৰ মূল্য (Silver Price) ০.০৮ শতাংশ বৃদ্ধি পাইছে।

শেহতীয়া বাতৰি