Home » photogallery » business »Gold-Silver Price: বিয়াৰ বতৰত সোণৰ দাম বাঢ়িছে নে কমিছে ? বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই চাই লওক সোণ-ৰূপৰ শেহতীয়া দাম ...

Gold-Silver Price: বিয়াৰ বতৰত সোণৰ দাম বাঢ়িছে নে কমিছে ? বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই চাই লওক সোণ-ৰূপৰ শেহতীয়া দাম ...

ভাৰতীয় বুলিয়ন বজাৰত সাপ্তাহিক সোণৰ মূল্য (Gold Prce) বৃদ্ধি পাইছে য'ত ৰূপৰ মূল্য (Silver Price) সামান্য হ্ৰাস পাইছে। এই ব্যৱসায়িক সপ্তাহত, সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৩৯ টকা বৃদ্ধি পাইছে, আনহাতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ১৪৭ টকাৰ সামান্য হ্ৰাস হৈছে।

শেহতীয়া বাতৰি