Home » photogallery » business »Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: ১৬ ডিচেম্বৰত, সোণৰ মূল্য বৃদ্ধি পাইছে। সোমবাৰে দিল্লীৰ সোণ আৰু ৰূপৰ বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০৭ টকা বৃদ্ধি হৈ ৫৪,২২২ টকা হয়।

শেহতীয়া বাতৰি