Home » photogallery » business »Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

শুকুৰবাৰে দিল্লী সোণ আৰু ৰূপৰ বজাৰত সোণৰ দাম (Gold Price Today) ১৫৩ টকা হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত  ৫৫,৬৫০ টকা হয়। একেদৰে, ৰূপো প্ৰতি কিলোগ্ৰামত ৭ টকা হ্ৰাস হৈ ৬৮,৭০০ টকা হয়।

শেহতীয়া বাতৰি