Home » photogallery » business »Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

সোমবাৰে দিল্লী সোণ আৰু ৰূপৰ বজাৰত সোণ (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৩৭২ টকা হ্ৰাস হৈ ৫৪,৮৫৩ টকালৈ হ্ৰাস পাইছে।

শেহতীয়া বাতৰি