Home » photogallery » business »Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

সোমবাৰে দিল্লী সোণ আৰু ৰূপৰ বজাৰত সোণৰ দাম (Gold Price Today) ৪৭৫ টকা হ্ৰাস হৈ  প্ৰতি ১০ গ্ৰামত ৫৬,৩৪৫ টকা হৈছে। ৰূপৰ মূল্যও ১৯৫ টকা হ্ৰাস হৈ প্ৰতি কিলোগ্ৰামত ৬৫,৯২৫ টকা লৈ হ্ৰাস পাইছে। 

শেহতীয়া বাতৰি