Home » photogallery » business »Gold Price Weekly: এসপ্তাহত সোণ আৰু ৰূপৰ দাম কমিছে ! আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা ...

Gold Price Weekly: এসপ্তাহত সোণ আৰু ৰূপৰ দাম কমিছে ! আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা ...

ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েচন (IBJA)ৰ ৱেবছাইটঅনুসৰি, এই ব্যৱসায় সপ্তাহৰ আৰম্ভণিতে (২৯ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ) ২৪ কেৰেট সোণৰ হাৰ (Gold Price) আছিল ৫১,২৬৫ টকা, যি শুক্ৰবাৰৰ আগলৈকে প্ৰতি ১০ গ্ৰামত ৫০,৫৮৪ টকালৈ হ্ৰাস পাইছে।

শেহতীয়া বাতৰি