Home » photogallery » business »Gold Price: দিপাৱলীৰ পিছত ভাৰতীয় বজাৰত সোণৰ মূল্য বৃদ্ধি, জানক সপ্তাহটোৰ সোণ-ৰূপৰ দাম ...

Gold Price: দিপাৱলীৰ পিছত ভাৰতীয় বজাৰত সোণৰ মূল্য বৃদ্ধি, জানক সপ্তাহটোৰ সোণ-ৰূপৰ দাম ...

ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েচনৰ ৱেবছাইট অনুসৰি, এই ব্যৱসায় সপ্তাহৰ আৰম্ভণিতে ২৪ কেৰেট সোণৰ হাৰ (Gold Price) আছিল ২৫ অক্টোবৰত ৫০,৪৪৪ টকা, যি শুক্ৰবাৰৰ লৈকে প্ৰতি ১০ গ্ৰামত ৫০,৫০২ টকালৈ বৃদ্ধি পাইছে।

শেহতীয়া বাতৰি