Home » photogallery » business »Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

MCX (মাল্টি কমোডিটি এক্সচেঞ্জ)ত, সোণৰ ভৱিষ্যত দাম (Gold Price) ০.২৫ শতাংশ বা ১২৯ টকা হ্ৰাস হৈ ৫০,৬৭৩ টকাত ব্যৱসায় কৰি আছে।