Home » photogallery » business »Gold Price Today: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবেই সোণৰ মূল্য যথেষ্ট বৃ্দ্ধি পাইছে ! জানক আজি বজাৰত সোণ আৰু ৰূপৰ দাম কিমান ?

Gold Price Today: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবেই সোণৰ মূল্য যথেষ্ট বৃ্দ্ধি পাইছে ! জানক আজি বজাৰত সোণ আৰু ৰূপৰ দাম কিমান ?

এমচিএক্সত (MCX) পুৱা ৯.১৫ বজাত সোণৰ মূল্য (Gold Price) ১.৬৪ শতাংশ বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৫৫,১১১ টকালৈ বৃদ্ধি পাইছে। ৰূপৰ মূল্যও (Silver Price) ২.১৯ শতাংশ বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৭২,৯৫০ টকা হৈছে।

শেহতীয়া বাতৰি