உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » business »Gold-Silver Rate: সোণ ক্ৰয়ৰ সোণালী সুযোগ ! আজি দাম কমিছে সোণৰ, এদিনতে ৬৫৬ টকা সস্তা হৈছে আৰু ৰূপৰ দামো হ্ৰাস পাইছে ...

    Gold-Silver Rate: সোণ ক্ৰয়ৰ সোণালী সুযোগ ! আজি দাম কমিছে সোণৰ, এদিনতে ৬৫৬ টকা সস্তা হৈছে আৰু ৰূপৰ দামো হ্ৰাস পাইছে ...

    Gold Price Today: শুকুৰবাৰে পুৱা ১০.২০ বজাত, মাল্টিমোডিটি এক্সচেঞ্জত (MCX) সোণৰ মূল্য (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৬৫৬ টকা হ্ৰাস হৈ ৫০,৮৮৭ টকা হয়। এদিন আগতে, সোণৰ মূল্য ১,৬০০ টকা বৃদ্ধি দেখা গৈছিল।