Home » photogallery » business »Gold Price Today: সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? আজি সোণৰ মূল্য কি জানি লওক...

Gold Price Today: সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? আজি সোণৰ মূল্য কি জানি লওক...

Gold Price Today: goodreturnsৰ মতে, এক গ্ৰাম সোণৰ (২২ কেৰেট) মূল্য বৰ্তমান যোৱা সপ্তাহতকৈ সামান্য বেছি ৪,৭২৬ টকাত ব্যৱসায় কৰি আছে। ২৪ কেৰেটৰ বিশুদ্ধতা থকা সোণৰ মূল্য ৫১,৫৬০ টকা।

শেহতীয়া বাতৰি