Home » photogallery » business »Gold Price Today: সোণ কিনিম বুলি ভাবিছে যদি খৰধৰ কৰক ! আজিও হ্ৰাস পালে সোণ-ৰূপৰ দাম, জানক শেহতীয়া মূল্য ...

Gold Price Today: সোণ কিনিম বুলি ভাবিছে যদি খৰধৰ কৰক ! আজিও হ্ৰাস পালে সোণ-ৰূপৰ দাম, জানক শেহতীয়া মূল্য ...

মাল্টি কমোডিটি এক্সচেঞ্জে ((MCX) ত পুৱা ৯.১০ বজাত, সোণৰ দাম (Gold price Today) প্ৰতি ১০ গ্ৰামত ১৯৮ টকা হ্ৰাস হৈ ৫১,৩৭৩ টকা হয়। এই মূল্যটো ২৪ কেৰেট বিশুদ্ধতাৰ সোণৰ। 

শেহতীয়া বাতৰি