Home » photogallery » business »Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

বৃহস্পতিবাৰে দিল্লীত সোণৰ মূল্য (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৫৫৯ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৫১,০৮১ টকাত বন্ধ হয়। দিল্লীত ৰূপৰ মূল্য (Silver Price) ১,১৭৯ টকা বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৬৩,৪২৭ টকাত বন্ধ হৈছে।

শেহতীয়া বাতৰি