Home » photogallery » business »Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

MCXত ৰাতিপুৱা ২৪-কেৰেট বিশুদ্ধতাৰ সোণৰ দাম (Gold Price) প্ৰতি ১০ গ্ৰামত ৮৫ টকা বৃদ্ধি হৈ ৫০,২৮০ টকা হয়। আজি ৰূপৰ ভৱিষ্যত দামো বৃদ্ধি পাইছে। ৰাতিপুৱা, এমচিএক্সত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৩৭২ টকা বৃদ্ধি হৈ ৫৯,৮৭৩ টকা হয়।

শেহতীয়া বাতৰি