Home » photogallery » business »Gold Price Today: ক্ৰমাগত তৃতীয় দিনা বাঢ়িল সোণৰ দাম, জানি লওক আজি সোণ-ৰূপৰ দাম কিমান ?

Gold Price Today: ক্ৰমাগত তৃতীয় দিনা বাঢ়িল সোণৰ দাম, জানি লওক আজি সোণ-ৰূপৰ দাম কিমান ?

MCXত আজি পুৱা ২৪ কেৰেট বিশুদ্ধ সোণৰ ভৱিষ্যত মূল্য (Gold Price Today) প্ৰতি ১০ গ্ৰামত ১০৮ টকা বৃদ্ধি হৈ ৫২,২৩০ টকা হয়।