Home » photogallery » business »Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

MCXত ২৪ কেৰেটৰ বিশুদ্ধতা সোণৰ মূল্য (Gold Price) আজি ৰাতিপুৱা ২৫ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৫০,৮৪৭ টকালৈ বৃদ্ধি পাইছে। ৰূপৰ মূল্য ৩৫১ টকা হ্ৰাস হৈ প্ৰতি কিলোত ৬০,৪০১ টকালৈ হ্ৰাস পাইছে।

শেহতীয়া বাতৰি