Home » photogallery » business »Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

MCXত ২৪-কেৰেট বিশুদ্ধতা সোণৰ ভৱিষ্যত মূল্য আজি পুৱা (Gold Price Today) ১,১০৩ টকা বৃদ্ধি হৈ ৫১,৬২০ টকা হৈছে, যি প্ৰায় দুমাহৰ উচ্চতম।আজি ৰূপৰ মূল্যও বৃদ্ধি পাইছে। এমচিএক্সত ৰূপৰ ভৱিষ্যত দাম ৩৭০ টকা বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৫৮,৭০০ টকা হৈছে।

শেহতীয়া বাতৰি