Home » photogallery » business »Gold Price Today: ক্ৰমাগত চতুৰ্থ দিনা বাঢ়িল সোণৰ দাম, জানি লওক আজি সোণ-ৰূপৰ দাম কিমান ?

Gold Price Today: ক্ৰমাগত চতুৰ্থ দিনা বাঢ়িল সোণৰ দাম, জানি লওক আজি সোণ-ৰূপৰ দাম কিমান ?

বুধবাৰে ৰাতিপুৱা, MCXত ২৪ কেৰেটৰ সোণৰ ভৱিষ্যত দাম (Gold Price Today) প্ৰতি ১০ গ্ৰামত ১১৫ টকা বৃদ্ধি হৈ ৫১,৪১৭ টকা হয়।