Home » photogallery » business »Gold Price Today: সোণ-ৰূপ ক্ৰয় কৰাৰ সোণালী সুযোগ ! আকৌ দাম কমিছে সোণ আৰু ৰূপৰ, চাওক আজিৰ দাম ...

Gold Price Today: সোণ-ৰূপ ক্ৰয় কৰাৰ সোণালী সুযোগ ! আকৌ দাম কমিছে সোণ আৰু ৰূপৰ, চাওক আজিৰ দাম ...

Gold-Silver Price Down: মাল্টি কমোডিটি এক্সচেঞ্জত (MCX) পুৱা ৯.৫৩ বজাত সোণৰ দাম (Gold price) প্ৰতি ১০ গ্ৰামত ৩৩৮ টকা হ্ৰাস হৈ ৫২,৯০১ টকাহয়। এমচিএক্সত ৰূপৰ মূল্য ৪৪১ টকা হ্ৰাস হৈ প্ৰতি কিলোগ্ৰামত ৭০,০৩০ টকাত বিক্ৰী হৈছে।

শেহতীয়া বাতৰি