Home » photogallery » business »Gold Price Today: আজিও বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

Gold Price Today: আজিও বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

MCXত ২৪ কেৰেটৰ বিশুদ্ধতা সোণৰ ভৱিষ্যত মূল্য (Gold Price Today) আজি ৰাতিপুৱা প্ৰতি ১০ গ্ৰামত ৩২৩ টকা বৃদ্ধি হৈ ৫২,২৪০ টকাহয়। পুৱা এমচিএক্সত ৰূপৰ ভৱিষ্যত দাম ৫৮ টকা বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৫৭,৮০০ টকালৈ বৃদ্ধি পাইছে।