Home » photogallery » business »Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

MCXত ২৪ কেৰেট সোণৰ দাম (Gold Price Today) আজি পুৱা ৮৭ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৪৯,৯৬০ টকালৈ বৃদ্ধি পাইছে। আগতে, সোণৰ মূল্য তিনি মাহৰ নিম্নতম স্তৰত উপনীত হৈছিল।

শেহতীয়া বাতৰি