உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » business »Gold Price Today: সোণৰ দাম আজিও বাঢ়িছে, বৃদ্ধি হৈছে ৰূপৰ মূল্যও ! ইয়াতেই চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

    Gold Price Today: সোণৰ দাম আজিও বাঢ়িছে, বৃদ্ধি হৈছে ৰূপৰ মূল্যও ! ইয়াতেই চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

    সোণ আৰু ৰূপৰ হাৰ বুধবাৰে আজি বৃদ্ধি পাইছে। মাল্টি কমোডিটি এক্সচেঞ্জত (MCX) সোণ সামান্য ৩৫ টকা বৃদ্ধি হৈছে। এই বৃদ্ধিৰ সৈতে, সোণৰ মূল্য (Gold price) আজি ৰাতিপুৱা ৫২,৯১৩ টকাত ব্যৱসায় কৰি আছে।