Home » photogallery » business »Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

সোমবাৰে দিল্লী সোণ আৰু ৰূপৰ বজাৰত সোণ (Gold Price Today) ৫৭৪ টকা হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত ৫৭,১৫৫ টকা হৈছে। একেদৰে, ৰূপো প্ৰতি কিলোগ্ৰামত ২,১১৩ টকা হ্ৰাস হৈ ৬৮,১৩৩ টকা হয়।

শেহতীয়া বাতৰি