Home » photogallery » business »Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

সোণৰ মূল্য আজি আকৌ এবাৰ হ্ৰাস পাইছে। এইচডিএফচি চিকিউৰিটিজৰ তথ্য অনুসৰি বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত সোণৰ মূল্য (Gold Price Today) ২৬৫ টকা হ্ৰাস হৈ প্ৰতি গ্ৰামত ৫০,৬১৬ টকা হয়।

শেহতীয়া বাতৰি