Home » photogallery » business »Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

শুকুৰবাৰে পুৱা ৯:১০ বজাত মাল্টি-কমোডিটি এক্সচেঞ্জত ২৪ কেৰেট সোণৰ মূল্য (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৬৭ টকা হ্ৰাস হৈ ৫০,০২৭ টকা হয়। আজি ৰূপৰ মূল্য ৫০৩ টকা বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৫৭,৩৬১ টকা হৈছে। 

শেহতীয়া বাতৰি