Home » photogallery » business »Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

ৰাষ্ট্ৰীয় ৰাজধানীত সোণৰ মূল্য (Gold Price Today) আজি প্ৰতি ১০ গ্ৰামত ৫১ টকা বৃদ্ধি পাইছে, আনহাতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৫০২ টকা হ্ৰাস পাইছে। এই তথ্য প্ৰদান কৰি, এছ.ডি.এফ.চি. চিকিউৰিটিজে কয় যে বিশ্বব্যাপী সোণৰ মূল্য সামান্য হ্ৰাস পাইছে।

শেহতীয়া বাতৰি