Home » photogallery » business »Gold Price Today: সোণৰ দাম আকৌ হ্ৰাস পালে ! সোণ ক্ৰয় কৰাৰ আগতে ইয়াতেই চাওক শেহতীয়া মূল্য ...

Gold Price Today: সোণৰ দাম আকৌ হ্ৰাস পালে ! সোণ ক্ৰয় কৰাৰ আগতে ইয়াতেই চাওক শেহতীয়া মূল্য ...

মাল্টি কমোডিটি এক্সচেঞ্জ বা MCX সোণৰ হাৰত সোণৰ মূল্য (Gold Price Today) শুক্ৰবাৰে প্ৰতি ১০ গ্ৰামত ৫১,২৭৫ টকাত বন্ধ হয়। এইটো সোণৰ শেহতীয়া উচ্চতম ৫৫,৫৫৮ টকাৰ পৰা প্ৰতি ১০ গ্ৰামত ৪,২৮৩ টকা হ্ৰাস।

শেহতীয়া বাতৰি