Home » photogallery » business »Gold Price Today: বিয়াৰ বতৰত সোণৰ দাম বাঢ়িছে নে কমিছে ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই চাই লওক দাম ...

Gold Price Today: বিয়াৰ বতৰত সোণৰ দাম বাঢ়িছে নে কমিছে ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই চাই লওক দাম ...

আজি মাল্টি কমোডিটি এক্সচেঞ্জত (Gold Price Today) পুনৰ বৃদ্ধি পাইছে। ৰূপৰ দামো বাঢ়িছে। ফেব্ৰুৱাৰী ত বিতৰণৰ বাবে সোণৰ মূল্য (Gold Price) আজি ০.১৭ শতাংশ বৃদ্ধি পাইছে, আনহাতে ৰূপৰ মূল্য (Silver price) ০.২৩ শতাংশ অধিক ব্যৱসায় কৰি আছে।

শেহতীয়া বাতৰি