Home » photogallery » business »Gold Price Today: আকৌ বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

Gold Price Today: আকৌ বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

MCXত পুৱা ২৪ কেৰেট বিশুদ্ধতাৰ সোণৰ ভৱিষ্যত দাম (Gold price Today) প্ৰতি ১০ গ্ৰামত ১৬ টকা বৃদ্ধি হৈ ৫০,৫৫২ টকা হয়।