Home » photogallery » business »Gold Price Today: আকৌ বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

Gold Price Today: আকৌ বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

সোমবাৰে পুৱা MCXত ২৪ কেৰেট বিশুদ্ধতা সোণৰ ভৱিষ্যত মূল্য (Gold Price Today) ২৪৮ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৫০,৩৫৫ টকা হয়।