Home » photogallery » business »Gold Price Today: আকৌ বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

Gold Price Today: আকৌ বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

MCXত ২৪ কেৰেট সোণৰ ভৱিষ্যত মূল্য (Gold Price Today) আজি ৰাতিপুৱা ১০০ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৫০,৬০০ টকালৈ বৃদ্ধি পাইছে।