Home » photogallery » business »Gold Price Today: আজিও বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

Gold Price Today: আজিও বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

MCXত পুৱা  ২৪ কেৰেট বিশুদ্ধতাৰ সোণৰ ভৱিষ্যত দাম (Gold Price Today) প্ৰতি ১০ গ্ৰামত ১৭০ টকা বৃদ্ধি হৈ ৫০,৬৭০ টকা হয়। সোণৰ শাৰীত ৰূপৰ ভৱিষ্যতৰ মূল্যও আজি পুৱা বৃদ্ধি পাইছে। এমচিএক্সত ৰূপৰ ভৱিষ্যত ৩২৭ টকা বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৫৭,০৫৩ টকালৈ বৃদ্ধি পাইছে।