Home » photogallery » business »Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

সোমবাৰে দিল্লীত সোণৰ মূল্য (Gold Price) প্ৰতি ১০ গ্ৰামত ৩০২ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৫০,৮২২ টকাত বন্ধ হয়। ৰূপৰ মূল্য ৭৮১ টকা বৃদ্ধি পাই দিল্লীত প্ৰতি কিলোগ্ৰামত ৬০,২৩১ টকাত বন্ধ হৈছে।