Home » photogallery » business »Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

সোমবাৰে ৰাতিপুৱা, MCXত ২৪-কেৰেট বিশুদ্ধতাৰ সোণৰ দাম (Gold Price Today) প্ৰতি ১০ গ্ৰামত ১৩৯ টকা বৃদ্ধি হৈ ৫১,০৫২ টকা হয়।