Home » photogallery » business »Gold Price Today: দুৰ্গা পূজাৰ পূৰ্বে পুনৰ কমিল সোণৰ দাম ! ইয়াতেই চাওক সোণ-ৰূপৰ শেহতীয়া দাম ...

Gold Price Today: দুৰ্গা পূজাৰ পূৰ্বে পুনৰ কমিল সোণৰ দাম ! ইয়াতেই চাওক সোণ-ৰূপৰ শেহতীয়া দাম ...

আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য হ্ৰাস হোৱাৰ পিছত বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত সোণৰ মূল্য (Gold Price Today) ৪৩৫ টকা হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত ৪৯,২৮২ টকা হয় বুলি এইচডিএফচি চিকিউৰিটিজে প্ৰকাশ কৰিছে।

শেহতীয়া বাতৰি