Home » photogallery » business »Gold Price Today: আজি সোণ-ৰূপৰ দাম বাঢ়িল নে কমিল ? বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই চাওক উচিত দাম ...

Gold Price Today: আজি সোণ-ৰূপৰ দাম বাঢ়িল নে কমিল ? বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই চাওক উচিত দাম ...

MCXত পুৱা ২৪-কেৰেট বিশুদ্ধতা সোণৰ ভৱিষ্যত মূল্য (Gold Price Today) প্ৰতি ১০ গ্ৰামত ১০ টকা বৃদ্ধি হৈ ৫০,৫৭৪ টকা হয়।