உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » business »Gold Price Today: সোণ-ৰূপ ক্ৰয় কৰাৰ সোণালী সুযোগ, খৰধৰ কৰক ! আকৌ দাম কমিছে সোণ আৰু ৰূপৰ, চাওক আজিৰ দাম ...

    Gold Price Today: সোণ-ৰূপ ক্ৰয় কৰাৰ সোণালী সুযোগ, খৰধৰ কৰক ! আকৌ দাম কমিছে সোণ আৰু ৰূপৰ, চাওক আজিৰ দাম ...

    বুধবাৰে ভাৰতীয় বজাৰত সোণ আৰু ৰূপ সস্তা (Gold Silver Price Today) হৈ পৰিছে যিহেতু বিশ্ববজাৰত সোণৰ হাৰ হ্ৰাস পাইছে। মাল্টিমোডিটিভ এক্সচেঞ্জত (MCX) সোণৰ মূল্য আজি ১৪৪ টকা হ্ৰাস পাইছে, যোৱা পাঁচ দিনত প্ৰায় ৪ হাজাৰ টকা হ্ৰাস হোৱাৰ পিছত।