Home » photogallery » business »Gold Price Today: আজি সোণ-ৰূপৰ দাম বাঢ়িল নে কমিল ? বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই চাওক উচিত দাম ...

Gold Price Today: আজি সোণ-ৰূপৰ দাম বাঢ়িল নে কমিল ? বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই চাওক উচিত দাম ...

মঙলবাৰে, পুৱা ৯.১৫ বজাত এমচিএক্সত ২৪ কেৰেট সোণৰ মূল্য (Gold Price) প্ৰতি ১০ গ্ৰামত ৩০ টকা বৃদ্ধি হৈ ৪৯,১৮০ টকা হয়। ৰূপৰ মূল্যও সামান্য বৃদ্ধি পাইছে। আজি ৰূপৰ মূল্য (Silver Price) ৪৯ টকা বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৫৫,৩৯৫ টকা হৈছে।

শেহতীয়া বাতৰি