Home » photogallery » business »Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

সোমবাৰে দিল্লী সোণ আৰু ৰূপৰ বজাৰত সোণৰ দাম (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৩০  টকা হ্ৰাস হৈ ৫৪,৩০৫ টকা হয়।  একে সময়তে, ৰূপৰ মূল্য ৫৫৮ টকা বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৬৭,৩৬৫ টকাত বন্ধ হয়।

শেহতীয়া বাতৰি