Home » photogallery » business »Gold Price Today: সোণ কিনিব বিচৰা সকলৰ বাবে সুখবৰ, আজিও হ্ৰাস পালে সোণৰ দাম ! সোণ-ৰূপৰ শেহতীয়া দাম জানক ...

Gold Price Today: সোণ কিনিব বিচৰা সকলৰ বাবে সুখবৰ, আজিও হ্ৰাস পালে সোণৰ দাম ! সোণ-ৰূপৰ শেহতীয়া দাম জানক ...

সোমবাৰে দিল্লী সোণ আৰু ৰূপৰ বজাৰত সোণ (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৫৪,৫৩৪ টকালৈ বৃদ্ধি পাইছে। অৱশ্যে, ৰূপৰ মূল্য ৮২ টকা বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৬৮,২৬৭ টকা হয়।

শেহতীয়া বাতৰি