Home » photogallery » business »Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

এইচডিএফচি চিকিউৰিটিজৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত সোণৰ মূল্য (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৪৬০ টকা বৃদ্ধি হৈ ৪৯,৯৬০ টকা হয়। একেদৰে, ৰূপৰ মূল্যও প্ৰতি কিলোগ্ৰামত ১,০৩৫ টকা বৃদ্ধি হৈ ৫৬,২৩০ টকা হয়। 

শেহতীয়া বাতৰি