Home » photogallery » business »Gold Price Today: আকৌ বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

Gold Price Today: আকৌ বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

শুকুৰবাৰে দিল্লীত সোণৰ মূল্য (Gold Price Today) প্ৰতি ১০ গ্ৰামত ২৫৫ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৫১,৭৮৩ টকাত বন্ধ হয়।